সপোন-সপোন যেন আজি মোৰে ভালপোৱাবোৰ
জিৰি-জিৰি সপোন নামি আহে আজি চকুতে মোৰ
সপোন-সপোন যেন আজি মোৰে ভালপোৱাবোৰ
জিৰি-জিৰি সপোন নামি আহে আজি চকুতে মোৰ
এই প্ৰেমৰ বৰষাত উটি-ভাহি যাওঁ মই
তোমাৰে বুকুতে জীপাল হওঁ আজি মই
সপোন-সপোন যেন আজি মোৰে ভালপোৱাবোৰ
জিৰি-জিৰি সপোন নামি আহে আজি চকুতে মোৰ
♪
নাচে বুকুতে আশা
নেদেখা সপোন উতলা
জীৱনজুৰি বিয়পা গায়ননো অন্য ভাষা
দিলোঁ মোৰ তোমাকে ছায়া
মোৰ মন আৰু মোৰ কায়া
শৰীৰত মোৰ ভিতৰত কিহৰে অন্ধ মায়া!
সপোন-সপোন যেন আজি মোৰে ভালপোৱাবোৰ
জিৰি-জিৰি সপোন নামি আহে আজি চকুতে মোৰ
♪
মোৰো সৰু সৰু কথাত আছে বহু বিষ বিয়পা
নীলাভ তোমাৰ চকুতে সিঁচি-সিঁচি দিবপৰা
অশ্ৰু-নিগৰা কথা নক'বা, মোক নক'বা
লাগে তোমাকে বুকুতে
নুবুজোঁ অন্য ভাষা
♪
সপোন-সপোন যেন





